Assam Direct Recruitment Grade III Question Paper MCQ

Assam Government recently conducted the Grade III Recruitment examination. More than 12lakhs of candidates appeared in the examination. This time Assam Government doesn’t allow the candidates to take their question papers with them. So, lots of candidates are searching for the questions papers online for their upcoming examination. That’s why here we are going to update you about some of the questions which were asked in the Assam Direct recruitment grade III examination. These questions are not maybe not same because we have collected it from various sources.

The following questions were taken from Both the HSSLC and Graduate level examinations.

1. অসমৰ জাতীয় গছ কি
2. অসমীয়া প্ৰথম কথা ছবি খনৰ নাম কি
3. কেৰেলাত পালন কৰা উৎসৱ টোৰ নাম কি
4. স্বৰাজ মোৰ জন্মগত অধিকাৰ কথাটো কোনে কৈছিল
5. জুবিন গাৰ্গে এক্টৰ হিচাপে অভিনয় কৰা একমাত্ৰ ছবি খনৰ নাম
6. ভাৰতৰ জাতীয় গছ কি
7. NOTA কিমান চনৰ পৰা প্ৰচলিত হৈ আছে
8. NEFA ৰ সম্পূৰ্ণ ৰূপটো কি
9. ভাৰতৰ বিলুপ্ত হবলৈ যোৱা জন্তু কোনবিধ
10. বেটি বচাও বেটি পডাও কোনটো মন্ত্ৰালয়ৰ শ্লোগান।
11. যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম?
12. হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কত অবস্থিত?
13. অসম চিকৎসা মহাবিদ্যালয় কত আছে?
14. পেৰুৰ ৰাজধানী চহৰৰ নাম?
15. অসমৰ জিলা কেইখন?
16. অসমৰ বৰ্তমান বিত্ত মন্ত্ৰীৰ নাম?
17. অলিম্পিকৰ পতাকাত থকা ৰং সমূহ।
18. পানীৰ ঘনত্ব কিমানত সৰ্বোচ্চ হয়?
19. ভাৰতৰ ষ্টক এক্সেঞ্জ কত অবস্থিত?
20. কোন ৰাষ্ট্ৰই অসমৰ সীমা স্পৰ্শ কৰে?
21. GST কত প্ৰথম আৰোপ কৰা হৈছিল?
22. ভলী বলত কিমান জন খেলুয়ৈ থাকে?
23. অসমৰ পূবত থকা দলং খনৰ নাম।
24. অসমৰ লগত কিমান খন ৰাজ্য সংলগ্ন?
25. হিউয়েন চাং কাৰ ৰাজত্ব কালত ভাৰতলৈ আহে?
26. ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাহিনী নদী
27. মহাত্মা গান্ধী য়ে ভাৰত ত্যাগ আন্দোলন কৰ পৰা আৰম্ভ কৰিছিল?
28. অসমৰ আটাইতকৈ পুৰণি শোধনাগাৰ
29. কিমান চনত ভোটদানৰ অধিকাৰ ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস কৰা হৈছিল?
30. কেতিয়া ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল?
31. লাই হাৰাওবা নৃত্য কোন ৰাজ্যৰ?
32. ২০২১ -২২বৰ্ষত কোনে বাজেট দাখিল কৰিছিল?
33. পাণিপথৰ দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল?
34. ২০২২ চনৰ জানুৱাৰী মাহত অসমৰ কোনখন নতুন জিলা ঘোষণা কৰিছিল?
35. বি.টি.আৰ. সংবিধানৰ কোনটো অনুসুচী আধাৰত গঠণ কৰা হৈছিল?
36. স্বৰাজ আমাৰ জন্মগত অধিকাৰ, ইয়াক আমি গ্ৰহণ কৰিমেই। কোনে কৈছিল?
37. বায়ুৰ চাপ জোখা যন্ত্ৰ?
38. মহম্মদ আদিল শ্বাহৰ সমাধিস্থল গোল গম্বুজ ক’ত অৱস্থিত?
39. ২০২২ লৈ ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজ্যসভাত আসন সৰ্বাধিক?
40. যোৰহাটৰ চাহ গবেষণা কেন্দ্ৰটোৰ নাম কি?
41. Economic survey of india কোনটো মন্ত্ৰালয়ৰ লগত জড়িত?
42. সংবিধানৰ অনুচ্ছেদ ১৭ ত কি আছে?
43. কোনটো অনুচ্ছেদত জাতি, বৰ্ণ, ধৰ্ম ৰ বিভিন্নতাৰ ক্ষেত্ৰত নিষেধ আৰোপ কৰিছে?
44. ভাৰত চৰকাৰৰ বিমান মন্ত্ৰালয়ৰ UDAN ৰ A টোৰ সম্পূৰ্ণ ৰূপ কি?
45. ২০১৯ চনত জল সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ বাবে ভাৰত চৰকাৰ লোৱা আচনি খনৰ নাম কি?
46. কোনটো অৰ্থনীতিত ভাৰত চৰকাৰে সম্পত্তিৰ উৎপাদনৰ ক্ষেত্ৰত মালিকীস্বত্ব হস্তক্ষেপ কৰে?
47. ১০ লাখ টকাৰ মূল্যায়নৰ লক্ষ্যত উপনীত ভাৰতৰ প্ৰথম কোম্পানীটোৰ নাম কি?
48. তলত উল্লেখ কৰা কোনটো Classical Dance ৰাজ্যৰ সৈতে অমিল?
ক) যক্ষগান- তামিলনাডু
খ) সত্ৰীয়া- অসম
গ) ওডিচি- ওডিচা
ঘ) মোহিনীট্টম- কেৰেলা
49. কোনটো পদাৰ্থ স্বাভাৱিকভাবে তেজস্ক্ৰিয়?
50. কেৰেট কি বস্তুৰ ওজন নিৰুপন কৰে?
51. ড্ৰোন কি  The working mechanism?
52. ৰিতাই ২০ দিনৰ আগত চিনেমা চাবলৈ টিকট বুকিং কৰিলে ৪৫ দিনৰ পাছত চালেগৈ।তাই চাব যোৱা ১৬ দিনৰ আগত চিনেমা খন ৰিলিজ হ’ল।তাই যদি চিনেমা খন দেওবাৰে চাব গৈছিলে তেতিয়া হ’লে চিনেমাখন ৰিলিজ কি বাৰে হৈছিল?
53. Bus:driver::horse:?
54. মূলা গাভৰুৰ স্বামীৰ নাম?
55, কোন খন জিলাই কাজিৰঙা স্পৰ্শ কৰা নাই(মৰিগাওঁ)?
56. ইউনেস্ক ৱৰ্ল্ড হেৰিটেজ চাইট
57. তীৰ্থংকৰ কোন ধৰ্মৰ লগত জড়িত?
58. হৰপ্পা খননত  কোনটো জন্তুৰ ছবি পোৱা গৈছিল?
59. তলৰ কোনজন এজন ফুটবলাৰ-
গিলবাৰ্টচন চাংমা,তৈয়বুন্নিছা,মিঠু বৰুৱা
60.

There are some Questions about Maths and Reasoning that we are unable to collect. So, kindly do wait for a few more days we will try our best to provide you with all your questions here.

Leave A Comment For Any Doubt And Question :-

Leave a Reply

Your email address will not be published.